প্ৰেমৰ নামত সৰ্বস্বান্ত প্ৰেমিক যুৱক

love

প্ৰেমৰ নামত সৰ্বস্বান্ত প্ৰেমিক যুৱক।

হানি ট্ৰেপিংৰ ঘটনা এইবাৰ মহানগৰীত। প্ৰেমিকৰ অভিযোগ- প্ৰেমিকাই লুটি নিলে সকলো।

প্ৰেমৰ নামত প্ৰেমিকাই প্ৰায় ৯ লাখ টকা লুট কৰি লৈ যোৱাৰ অভিযোগ প্ৰাঞ্জল ডেকা নামৰ যুৱকৰ। গুৱাহাটী মহানগৰীত এই হানি ট্ৰেপিংৰ ঘটনা। শেষত সহায় বিচাৰি আৰক্ষীৰ কাষত উপস্থিত প্ৰাঞ্জল জেকা। লগতে ঘটনাৰে কোনো তৃতীয় পক্ষৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ।

Category
Profile picture for user UB Photos