ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন! জাহাজৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল এজন

Brahmaputra River Accident

ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। জাহাজৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল এজন।

নিমাতী ঘাটৰ পৰা কমলাবাৰী ফেৰিঘাট অভিমুখে আহিছিল জাহাজখন। পুৱা ৯.৩০ বজাৰ  ডিগাৰু নামৰ জাহাজৰ পৰা এজন লোকে জাঁপ দিয়ে  ব্ৰহ্মপুত্ৰত ৷

কিয় জপিয়ালে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ লোক জন ৫০ উদ্ধৰ বুলি জানিব পৰা গৈছে৷ কিন্তু কিয় জপিয়ালে তাৰ কাৰণ এতিয়াও জানিব পৰা নাই৷ মানুহ জনৰ ঘৰ ক’ত আছিল এতিয়ালৈকে তাৰ তথ্য জানিব পৰা হোৱা নাই৷ কিয় এই ঘটনা সংঘটিত হৈছে পৰৰ্বতি সময়তহে জানিব পৰা যাব ৷

Category
Profile picture for user UB Photos