মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত পুনৰ বাৰ হাজিৰ আতিকা চুলতানা

Aatika Sultana

মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত পুনৰ বাৰ হাজিৰ আতিকা চুলতানা।

৩ ঘণ্টা জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল আতিকা চুলতানাক।

গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীৰে নাম সাঙোৰ খাই পৰিছিল আতিকা চুলতানাৰ।

২০১৯ বৰ্ষত সংঘটিত হৈছিল সেই বিয়াগোম কেলেংকাৰী।

সেইসময়ত মানকাচাৰৰ উপায়ুক্ত হৈ আছিল আতিকা চুলতানা।

ইতিমধ্যে সেই গোচৰটোত গ্ৰেপ্তাৰ হৈ বৰ্তমান জেলত আছে ADC চাইবুৰ ৰহমান।

অতিশীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আতিকা চুলতানা।

Category
Profile picture for user UB Photos