নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

Chief Minister Dr Himanta Biswa Sharma and Union Minister Sarbananda Sonowal mourn soon after the ferry accident at Nimati Ghat

যোৰহাটৰ নিমাতী ঘাটত ফেৰী দুৰ্ঘটনা। ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ আৰু ‘টিপকাই’।

যোৰহাটৰ পৰা মাজুলীৰ কমলাবাৰীলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এখন ফেৰী আৰু এখন জাহাজৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

সম্প্ৰতি SDRF-NDRF বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ৩২জন যাত্ৰী।

এই শোকাৱহ ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটযোগে শোক প্ৰকাশ

 

শীঘ্ৰেই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ভৰালুইতত ডুব যোৱা ফেৰী ঘটনাৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে গভীৰ শোক।

তেওঁ টুইটাৰ হেণ্ডেলত এই বুলি লিখে

 

Category
Profile picture for user UB Photos