যোৰহাটৰ নিমাতী ঘাটত ফেৰী দুৰ্ঘটনা। ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ আৰু ‘টিপকাই’।
যোৰহাটৰ পৰা মাজুলীৰ কমলাবাৰীলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এখন ফেৰী আৰু এখন জাহাজৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।
সম্প্ৰতি SDRF-NDRF বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ৩২জন যাত্ৰী।
এই শোকাৱহ ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটযোগে শোক প্ৰকাশ
I am pained at the tragic boat accident near Nimati Ghat, Jorhat.
— Himanta Biswa Sarma (@himantabiswa) September 8, 2021
Directed Majuli & Jorhat admin to undertake rescue mission expeditiously with help of @NDRFHQ & SDRF. Advising Min @BimalBorahbjp to immediately rush to the accident site. I'll also visit Nimati Ghat tomorrow.
শীঘ্ৰেই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
ভৰালুইতত ডুব যোৱা ফেৰী ঘটনাৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে গভীৰ শোক।
Anguished to learn of the ferry accident in Majuli. I have talked with Assam CM Shri @himantabiswa regarding the accident and he has informed me of ongoing rescue and relief operations.
— Sarbananda Sonowal (@sarbanandsonwal) September 8, 2021
I have directed @shipmin_india to provide all necessary support to help the victims.
তেওঁ টুইটাৰ হেণ্ডেলত এই বুলি লিখে
- Log in to post comments