চিপ লৈ থকা অৱস্থাত উদ্ধাৰ অভিনেতা সমীৰ শৰ্মাৰ মৃতদেহ

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ অভিনেতা সমীৰ শৰ্মাৰ মৃতদেহ

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ অভিনেতা সমীৰ শৰ্মাৰ মৃতদেহ  l

কেইবাখনো হিন্দী ধাৰাবাহিকত অভিনয় কৰা অভিনেতা সমীৰ শৰ্মাৰ মৃতদেহ উদ্ধাৰ।
মুম্বাই মলাডস্থিত বাসগৃহত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ।
বিগত ফেব্ৰুৱাৰী মাহত এই ঘৰটোত আছিল অভিনেতাগৰাকী।

পাকঘৰৰ ফেনত ওলমি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।
জনপ্ৰিয় ধাৰাবাহিক ''য়্যে ৰিষ্টা ক্যায়া কেহ লাতা হ্যেত'' অভিনয় কৰিছিল অভিনেতগৰাকীয়ে।
 

Category
Profile picture for user UB Photos