গোগামুখৰ অসম-অৰুণাচল সীমান্তত তীব্র উত্তেজনা।
অসমৰ লোকক লক্ষ্য কৰি অৰুণাচলী দুর্বৃত্তৰ গুলীচালনা।
সীমান্তৱৰ্তী মিংমাং বদতিত এই ঘটনা সংঘটিত হয়।
অসমৰ ভূমি অৰুণাচলীয়ে দখল কৰাক লৈ হৈছিল দুই পক্ষৰ মাজত সংঘাত।
১৮ জনকৈ অসমীয়ালৈ নিৰ্বিচাৰ গুলীচালনা অৰুণাচল আৰক্ষীৰ।
সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি কৰিলে গুলীচালনা।
অৰুণাচলীৰ গুলীত ১৮ জন অসমীয়া লোক আহত।
আঘাতপ্রাপ্ত লোককেইজন দুৰ্গেশ্বৰ পাতিৰ, ৰোহিত দলে, নাগৰাজ দলে বিজ্ঞেশ্বৰ পাতিৰ, পামে পেগু, সঞ্জয় টায়ুং, উৎপল দলে, জান দলে।
আহতসকলক প্রথমতে ভৰ্তি কৰোৱা হয় গোগামুখ গ্রাম্য চিকিৎসালয়ত।
৭ জনৰ অৱস্থা সংকটজনক।
এজনক AMCH লৈ প্ৰেৰণ।
- Log in to post comments