চাঞ্চল্যকৰ ঘটনা; ৫৫ বছৰীয়া প্ৰদীপ নাথৰ কামনাৰ বলি কিশোৰী

nagaonnews

নগাঁও জিলাৰ ননৈত চাঞ্চল্যকৰ ঘটনা৷

৯ বছৰীয়া কিশোৰী কামনাৰ বলি প্ৰদীপ নাথ নামৰ (৫৫) বয়সীয়া লোকৰ৷ 

প্ৰাপ্ত তথ্য অনুসৰি, ননৈ নাথ গাঁৱৰ (৫৫) বয়সীয়া লোকজনে বহু দিনৰে পৰা কিশোৰীগৰাকীৰ সৈতে কু-কৰ্ম চলাই আহিছিল বুলি কিশোৰীগৰাকীৰ মাক-দেউতাকে অভিযোগ উত্থাপন কৰে৷

এই খবৰ বিয়পি পৰাৰ লগে লগে লম্পট  প্ৰদীপ নাথ ৰাইজৰ ৰোষত পৰাৰ ভয়ত ননৈ আৰক্ষী পহৰা চকীত উপস্থিত হয়৷  

ননৈ আৰক্ষীয়েও লম্পটটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷

শতাধিক মহিলাই ননৈ আৰক্ষী চকীৰ চৌহদ উত্তাল কৰি লম্পটটোক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰে৷

Category