বিহাৰ বিধান পৰিষদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ

nitish kumar

বিহাৰ বিধান পৰিষদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ।

ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছতে বিধান পৰিষদৰ পৰা পদত্যাগ নেতাগৰাকীৰ।

ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰয়ে বিধান পৰিষদৰ সদস্য পদৰ পৰা পদত্যাগ কৰে।

অতিশীঘ্ৰে মুখ্যমন্ত্ৰী পদো ত্যাগ কৰিব নীতিশ কুমাৰে। বিধান পৰিষদৰ অধ্যক্ষৰ হাতত প্ৰদান নীতিশ কুমাৰৰ পদত্যাগ পত্ৰ।

এই পদক্ষেপে ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণৰ সূচনা কৰিব বুলি ধাৰণা কৰা হৈছে।

Category