গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশিকা জ্বলী শইকীয়া গগৈৰ বিয়োগ

guwahati news

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশিকা জ্বলী শইকীয়া গগৈৰ দেহাৱসান।

সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ শোক প্ৰকাশ।। এক বিবৃতিযোগে উল্লেখ কৰে যে, জ্বলী শইকীয়া গগৈৰ মৃত্যু অসমৰ সংবাদ ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি।

সদৌ অসম মহিলা সাংবাদিক সংস্থাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। 

Category