মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

narendra modi

মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক।

মধ্যপ্ৰাচ্যৰ যুদ্ধ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ জৰুৰী বৈঠক।

দেশৰ সকলো মুখ্যমন্ত্ৰীৰে এই বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী।

পশ্চিম এচিয়াৰ সংকট সন্দৰ্ভত কৰিব আলোচনা।

বিয়লি ভিডিঅ' কনফাৰেঞ্চযোগে মিলিত হ'ব আলোচনাত।

Category