কাইলৈ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

amit shah assam visit

কাইলৈ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ।

নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী।

গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

আৰ্যপীঠ খেলপথাৰৰ পৰা নেপালী মন্দিৰলৈ কৰিব ৰোড শ্ব’।

ৰোড শ্ব’ৰ পাছত বাজপেয়ী ভৱনত কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

নিশা গুৱাহাটীত কটাই দেওবাৰে ঢেকীয়াজুলি, নলবাৰীত সম্বোধন কৰিব জনসভা।

Category