মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ এজন

Guwahati News

পুনৰ গুৱাহাটী মহানগৰীত ফুটিল আৰক্ষীৰ গুলী।

দুধৰ্ষ অপৰাধীলৈ লক্ষ্য কৰি বশিষ্ঠ আৰক্ষীৰ গুলীচালনা।

বেলতলাৰ নিৰূপমা এনক্লেভত সংঘটিত ডকাইতিকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী।

বৃহস্পতিবাৰৰ নিশা বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত বেলতলাৰ চিলাৰায় পথৰ নিৰুপমা এনক্লেভৰ ব্লক A আৰু Bত হৈছে শুকুৰবাৰে সংঘটিত হৈছিল চুৰিকাণ্ড।

হাতত ৰ’ড স্ক্ৰু-ড্ৰাইভাৰ লৈ ডকাইতে লুটি নিছিল নগদ ধন আৰু সোণ।

তাৰপাছত আৰক্ষীয়ে কৰায়ত্ত্ব কৰে দুধৰ্ষ ডকাইতৰ দলটোৰ ৩ ডকাইতক।

সুভাষ দাসমাধৱ দাসকাৰ্তিক শৰ্মা নামৰ ডকাইত কেইটাই লুটিছিল ধন-সোণ।

৩ ডকাইতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৫ লাখ ৫৬ হাজাৰ টকা

ডকাইতি কাণ্ডটোৰ মাষ্টাৰমাইণ্ড আছিল মাধৱ দাস নামৰ ডকাইতটো।

মাধৱ দাসক পুৱতি নিশা গুলীবিদ্ধ হয় দহ মাইলত।

Category