২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থমেলা

assam book fair

শীতৰ আগমনে লৈ আনে গ্ৰন্থমেলাৰ বতৰ। গ্ৰন্থপ্ৰেমী ৰাইজৰ অধীৰ অপেক্ষাৰ অন্ত। ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থমেলা।

২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাত অসম গ্ৰন্থমেলা।

১৪ দিনীয়াকৈ আয়োজন অসম গ্ৰন্থমেলাৰ।

খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'ব গ্ৰন্থমেলা।

দিল্লী, কলকাতাৰ পৰাও আহিব বিপণি।

Category