
আমবাৰীৰ অসম টেক্সটাইল ইনষ্টিটিউটৰ সমুখত প্ৰতিবাদ
অগপৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত থকা গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ
প্ৰকৃতিক লৈ পংক্তি লিখি গছসমূহত আৰিলে বেনাৰ
উৰণসেতুৰ বাবে পুনৰ গছ কটাৰ সিদ্ধান্ত লোকনিৰ্মাণ বিভাগৰ
নুনমাটি-দীঘলীপুখুৰীলৈ উৰণ সেতুৰ নিৰ্মাণৰ বাবে এই সিদ্ধান্ত
দীঘলীপুখুৰী-নুনমাটি উৰণসেতু নিৰ্মাণৰ নামত চৰকাৰে অধিগ্ৰহণ কৰিব ভূমি। ইতিমধ্যে, ৬ এপ্ৰিলত ১২টা পৰিয়ালক দিয়া হৈছে জাননী। চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে লোকনির্মাণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ভূমি অধিগ্ৰহণ কৰিলে ভঙা যাব আমবাৰীৰ অগপ মুখ্য কাৰ্যালয় ষ্টাৰ্টআপৰ দৰে কাৰ্যালয়।
সমান্তৰালভাবে ধ্বংস হ’ব ৰাজপথৰ দাঁতিত থকা বহু পুৰণি গছ। ইতিমধ্যে এই কাৰ্যৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে।গছ ৰক্ষাৰ বাবে ডাঙৰ ডাঙৰ হৰ্ডিং আৰী দিয়া হৈছে গছসমূহত।
- Log in to post comments