
এই উপলক্ষে ১০ এপ্ৰিলত ফাঁচীবজাৰ জৈন মন্দিৰৰ পৰা উলিওৱা হ’ব এক শোভাযাত্ৰা।
কিন্তু এই শোভাযাত্ৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। আৰক্ষী আৰু প্ৰশাসনৰ অনুমতি নোলোৱাকৈয়ে প্ৰস্তুতি চলোৱা হৈছে শোভাযাত্ৰাৰ। উল্লেখ্য যে নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ১০ ফেব্ৰুৱাৰীত মহানগৰীৰ ৰাজপথত সকলো শোভাযাত্ৰা আৰু সমদল নিষিদ্ধ কৰা হৈছিল।
Category
- Log in to post comments