বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীৰ দেহাৱসান...

bhabani prasad

বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীৰ দেহাৱসান
৮২ বছৰ বয়সত শেষ নিশ্বাস বিশিষ্ট সাহিত্যিকজনৰ
১৯৪৩ত নলবাৰীৰ মাখিবাহাত জন্ম হৈছিল অধিকাৰীৰ


পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৱানী প্ৰসাদ অধিকাৰী
দীৰ্ঘদিনে বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল সাহিত্যিকজন
ভাষাতত্বৰ কেইবাখনো গ্ৰন্থৰ প্ৰণেতা আছিল অধিকাৰী
সাহিত্য সভাৰ প্ৰাক্তন প্ৰকাশন সচিব আছিল অধিকাৰী

অসম সত্ৰ মহাসভাৰ ২০২১ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰিছিল বিশিষ্ট সাহিত্যিক তথা সমালোচক ভৱানীপ্ৰসাদ অধিকাৰীক। মননশীল, চুটিগল্প, কবিতা, গীতৰ উপৰি নাট্য চৰ্চাও কৰিছিল অধিকাৰীয়ে। সাম্প্ৰতিক কালৰ অসমৰ আগশাৰীৰ প্ৰায়বোৰ বাতৰিকাকত, আলোচনীৰ নিয়মীয়া লেখক ভৱানী প্ৰসাদ অধিকাৰী।

Category