আজি ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ....

pppkjkj

 

প্ৰথম মেচত জয়ৰ পিছত আত্মবিশ্বাসী ৰোহিত বাহিনী

শৃংখলা দখলৰ লক্ষ্যৰে ফিল্ডত নামিব টীম ইণ্ডিয়া

প্ৰথম মেচত পৰাজয়ৰ পিছত পত্যাৱৰ্তনৰ আশা ইংলেণ্ডৰ

৩খনীয়া মেচৰ শৃংখলাত ১-০ত অগ্ৰগতি ভাৰতৰ

দুপৰীয়া ১.৩০ বজাত কটকত অনুষ্ঠিত হ’ব এই মেচ!

Category