১ ডলাৰৰ বিপৰীতে ৮৭.২৯লৈ হ্ৰাস টকাৰ মূল্য
১ ডলাৰৰ বিপৰীতে ৮৭.২৯লৈ হ্ৰাস টকাৰ মূল্য
বাজেট দাখিলৰ দুদিন পিছতে টকাৰ মূল্য অভাৱনীয় পতন
শুকুৰবাৰে ৮৬.৬২ টকা আছিল এক ডলাৰৰ বিপৰীতে
বৰ্তমান ১ ডলাৰৰ বিপৰীতে হ’লগৈ ৮৭.২৯ টকা
টকাৰ মূল্য হ্ৰাসে প্ৰভাৱ পেলাইছে শ্বেয়াৰ বজাৰতো
পূৰ্বতে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক টকাৰ মূল্য হ্ৰাসৰ বাবে সমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Category
- Log in to post comments