কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস....

REPUBLIC


ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি
জিলাই জিলাই গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ
পেৰেডৰ অন্তিম আখৰাত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী
NCC কেডেট, ভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়েও ল’ব অংশ
গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী
কূটাঘাটৰ আশংকাত স্থলপথ, নদীপথেৰে সষ্টম আৰক্ষী
খানাপাৰাত পতাকা উত্তোলন কৰিব ৰাজ্যপাল আচাৰ্যই
ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰীয়ে!
 

Category