ফলাফল ঘোষণাৰ পূৰ্বে অধিক সচেতন হোৱাৰ নিৰ্দেশ
২০১৮ চনৰ ফলাফলৰ বিসংগতিক লৈ ভৰ্ৎসনা
প্ৰাৰম্ভিক পৰীক্ষাত অনুতীৰ্ণ শতাধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল মূল পৰীক্ষাত
পৰৱৰ্তী সময়ত ৬গৰাকী উত্তীৰ্ণ হৈছিল মূল আৰু মৌখিক পৰীক্ষাত
৬জন প্ৰাৰ্থীকে নিযুক্তিৰ অনুমতি প্ৰদান উচ্চ ন্যায়ালয়ৰ
নিযুক্তিৰ অনুমতিৰ সমান্তৰালকৈ লোকসেৱা আয়োগক সকীয়নি
আদালতৰ নিৰ্দেশৰ পিছতো লোৱা নাই কাট অৱ মাৰ্ক ঘোষণাৰ পদক্ষেপ
বহু বিসংগতিৰ মাজেৰে APSCৰ কাৰ্যকলাপ চলাৰ অভিযোগ
Category
- Log in to post comments