‘ডাঙৰীয়াসকল’ শব্দ ব্যৱহাৰ কৰি ইতিকিং শিল্পীগৰাকীৰ
সংগীতানুষ্ঠানত ‘ডাঙৰীয়া’সকল নাহিলে বুলি মন্তব্য জুবিনৰ
‘মেইন ডাঙৰীয়া’জন আহিলে ভয় খায় বুলি মন্তব্য জুবিনৰ
আজি ডাঙৰীয়াসকল নাহিলে যে কিয় বুলিও প্ৰশ্ন
আচলতে কাক ‘ডাঙৰীয়া’ বুলি উপহাস জুবিনৰ
উল্লেখ্য যে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ পঞ্চম সংখ্যক মাজুলী সংগীত উৎসৱৰ শেষৰ দিনা সংগীত পৰিৱেশ জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ জনপ্ৰিয় গীতে মুহিলে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকক।
Category
- Log in to post comments