আজি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন...

CMO

 

খানাপাৰাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে আঁচনি

আঁচনিৰ দ্বাৰা উপকৃত হ’ব ১,৫৯,০৯৩গৰাকী ছাত্ৰী

উপস্থিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী

ৰাজ্যজুৰি বিতৰণ নিযুত মইনা আঁচনিৰ চেক

HSৰ পৰা স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে লাভ কৰিব আঁচনি

আঁচনিৰ জৰিয়তে প্ৰদান কৰা হ’ব ২৪০ কোটি টকা

Category