দেশী বিদেশী পৰ্য্যটকৰ বাবে ভাল খবৰ, পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান....

orang11

 

DFOয়ে ফিটা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন

মুকলি অনুষ্ঠানত উপস্থিত উদ্যানখনৰ সকলো বিষয়া

আজিৰে পৰাই পৰ্যটকে উপভোগ কৰিব পাৰিব ওৰাঙৰ সৌন্দৰ্য

পৰ্যটকৰ বাবে মুকলি জীপ চাফাৰী, হাতী চাফাৰী

পৰ্যটকৰ সুবিধাৰ বাবে আছে ইক’ কেম্পৰো সুবিধা

২০২৪–২৫ পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা আৰু অধিক বৃদ্ধি হ’ব বুলি আশাবাদী  উদ্যানখনৰ DFO। উদ্যানখন আৰু উন্নয়ন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আহব্বান জনাইছে স্থানীয় ৰাইজে।

Category