অন্ত পৰিল তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা...

exam

 

নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত তৃতীয় বৰ্গৰ পৰীক্ষা

পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছিল পৰীক্ষা

তৃতীয় বৰ্গত ৫ লাখ ৮ হাজাৰ ৯৮৯গৰাকী প্ৰাৰ্থী

পিছবেলা অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ চালক পদৰ পৰীক্ষা

১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’‍ব পৰীক্ষা

চালক পদত ২ লাখ ৮ হাজাৰ ৯১গৰাকী প্ৰাৰ্থী

অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন চৰকাৰৰ

Category