উৎকট গৰমে দহিছে ৰাজ্য...

heatwave

 

পুৱাৰে পৰা সূৰ্য দেৱতাৰ ৰুদ্ৰমূৰ্তি

প্ৰখৰ ৰ’দে বিপৰ্যস্ত কৰিছে সৰ্বসাধাৰণৰ জনজীৱন

প্ৰতিদিনে বৃদ্ধি পাইছে পাৰাস্তম্ভ

আগন্তুক ৩-৪ দিনত অধিক বৃদ্ধি পাব গ্ৰীষ্ম প্ৰবাহ

৩-৪ দিনলৈ ৰাজ্যত নাই বৰষুণৰ সম্ভাৱনা

গোলকীয় উষ্ণতাৰ বাবে উৰ্ধমুখী হৈছে পাৰাস্তম্ভ

৩-৪ দিনত পাৰাস্তম্ভ ৪২-৪৩লৈ বৃদ্ধিৰ সম্ভাৱনা

Category