কাইলৈ ৰাজ্যত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা...

adre

 

 

পৰীক্ষাৰ বাবে কঠোৰ নীতি-নিৰ্ধাৰণ ৰাজ্য চৰকাৰৰ

৭,৫০০ পদৰ বিপৰীতে প্ৰায় ১৩ লাখ প্ৰাৰ্থী

নকল কৰা পৰীক্ষাৰ্থীক ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড

ন্যূনতম ১ লাখ টকা ভৰিব লাগিব জৰিমনা

নকল যোগানকাৰী পৰীক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ

১০ বছৰ পৰ্যন্ত কটাব লাগিব কাৰাগাৰত

১০ কোটি টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা

Category