প্ৰৱঞ্চক স্বপ্ননীল দাসৰ সমৰ্থকৰ বিৰুদ্ধে গোচৰ...

sapnanil

 

হাতীগাঁও থানাত গোচৰ আশ্ৰাফুল হক নামৰ এজনৰ

পূৰ্বে স্বপ্ননীলৰ বিৰুদ্ধে গোচৰ তৰিছিল আশ্ৰাফুলে

গোচৰ ৰুজুৰ পিছতে আশ্ৰাফুলক একাংশৰ ভাবুকি

স্বপ্ননীলৰ গুণ্ডা বাহিনীয়ে ভাবুকি দিয়াৰ অভিযোগ

প্ৰথমে স্বপ্ননীলৰ বিৰুদ্ধে গোচৰ তৰিছিল দিছপুৰ থানাত

গোচৰ তৰিছিল ৱাছিম আলম আব্বাছ নামৰ এজনে

পৰৱৰ্তী সময়ত গোচৰ উঠাই লৈছিল ৱাছিম আলমে

গোচৰ প্ৰত্যাহাৰক লৈ বিপাঙত পৰিছিল দিছপুৰ আৰক্ষী

সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে স্বপ্ননীল দাস

সংবাদ মাধ্যমকো স্বপ্ননীলৰ গুণ্ডাবাহিনীৰ ভাবুকিৰ অভিযোগ

Category