
দুদিন ধৰি দিছপুৰ আৰক্ষী জিম্মাত আছিল প্ৰৱঞ্চক স্বপ্ননীল
সোধা-পোছাৰ বাবে পুনৰ আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা
স্বপ্ননীলৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য
মালেছিয়া, ডুবাই, আমেৰিকাত ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ
বিদেশতো বেংক একাউণ্ট আছে ট্ৰেডিং কাণ্ডৰ অভিযুক্তটোৰ
গুৱাহাটীত শৈক্ষিক প্ৰতিষ্ঠান খুলি স্বপ্ননীল জড়িত হৈছিল প্ৰৱঞ্চনাত
দুদিন ধৰি IPS প্ৰতিক থুবেই মাৰাথান জেৰা চলাইছিল স্বপ্ননীলক
আৰক্ষীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় চক্ৰৰে জড়িত থকাৰ তথ্য
বিয়লি CJM আদালতত হাজিৰ কৰাব স্বপ্ননীলক দাসক
- Log in to post comments