কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা
প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ সদনৰ কাৰ্যক্ৰমণিকা
বিৰোধীয়ে আজিও সদন উত্তাল কৰাৰ সম্ভাৱনা
অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আলোচনা
সীমা সমস্যাক লৈও আলোচনা সদনৰ মজিয়াত
চুবুৰীয়া ৰাজ্য আৰু আন্তঃৰাষ্ট্ৰীয় সীমা সন্দৰ্ভত আলোচনা
প্ৰশ্নৰ উত্তৰ দিছে বিভাগীয় মন্ত্ৰী অতুল বৰাই
বাংলাদেশী বহিস্কাৰৰ সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ
১৯৮৫ৰ পৰা ৩০,১১৩গৰাকী লোকক কৰা হৈছে বহিস্কাৰ
Category
- Log in to post comments