চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক হ’ব বাগিচাৰ শ্ৰমিক
বাগিচাৰ মালিকৰ পৰা শ্ৰমিকলৈ হস্তান্তৰ হ’ব লাইনৰ মাটি
বাগিচাৰ লাইনক কলনীলৈ ৰূপান্তৰ কৰাৰ চিন্তা-চৰ্চা চৰকাৰৰ
পঞ্চায়তৰ দৰে সকলো আঁচনি পাব লাইনৰ শ্ৰমিকে
সদনত ঐতিহাসিক সিদ্ধান্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
বাগিচা অঞ্চলত ১০খন নতুন কলেজ স্থাপনৰ ঐতিহাসিক সিদ্ধান্ত
চাহ বাগিচাৰ সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই কলেজ
পুনৰ বাগিচা অঞ্চলত ১০০খন নতুন বিদ্যালয় স্থাপনৰ সিদ্ধান্ত
৮ লাখ বাগিচাৰ শ্ৰমিকক দিব নগদ ধন
সদনত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা
পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত
পৰৱৰ্তী ৩ বছৰলৈ দি থাকিব এই নগদ ধন
৯০০খন বাগিচাৰ লাইনৰ ৰাস্তাৰ বাবে ৯০০ কোটি টকা অনুমোদন
- Log in to post comments