ৰাজ্যবাসীক পুনৰ ৰামটাঙোন ৰাজ্য চৰকাৰৰ! আজিৰে পৰা বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ৰ মাচুল, কিমানকৈ বৃদ্ধি হ'ল?.....

Medical

ৰাজ্যবাসীক পুনৰ ৰামটাঙোন ৰাজ্য চৰকাৰৰ
আজিৰে পৰা বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ৰ মাচুল
১৫০%ৰ পৰা ৩৭৫% পৰ্যন্ত বৃদ্ধি সেৱা মাচুল
GMCHত ১০ টকাৰ পৰিৱৰ্তে পঞ্জীয়ন মাচুল হ’লগৈ ২০ টকা
GMCHতেই নহয় সকলো চৰকাৰী চিকিৎসালয়তে বৃদ্ধি মাচুল
চিকিৎসা ব্যয় বৃদ্ধি পোৱাত ৰোগীৰ মাজত হাহাকাৰ
সৰ্বসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া
পেয়িং কেবেনিৰ মাচুল ১ হাজাৰৰ পৰিৱৰ্তে ১১০০লৈ বৃদ্ধি
দৈনিক বেড চাৰ্জ ১০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ২০ টকা
ALKALINE PHOSPHATSEৰ ৭০ টকাৰ পৰিৱৰ্তে ১৫০ টকা
ALT (SGPT) ৪০ টকাৰ পৰিৱৰ্তে ১৫০ টকা

Category