কেৰালাৰ ৱায়নাড়ত ভয়ংকৰ ভূমিস্খলন...

kerala


ভূমিস্খলনত নিহতৰ সংখ্যা ১৪৩লৈ বৃদ্ধি
গুৰুতৰভাৱে আহত ১২৮জন লোক
ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰিছে বহুলোক
যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৪ শতাধিক পৰিয়ালৰ
ৰাজ্যখনৰ সকলো স্কুল-কলেজ বন্ধৰ নিৰ্দেশনা প্ৰশাসনৰ
সমগ্ৰ ৰাজ্যখনতে ৰেড এলাৰ্ট জাৰি প্ৰশাসনৰ
আৱদ্ধ লোকক উদ্ধাৰৰ প্ৰচেষ্টা উদ্ধাৰকাৰী দলৰ
উদ্ধাৰ অভিযানত বায়ুসেনাৰ দুখন হেলিকপ্টাৰ
২২৫জন সেনা জোৱান নিয়োগ
আজি পৰিস্থিতিৰ বুজ ল’বলৈ যাব ৰাহুল গান্ধীয়ে
 

Category