পেৰিছ অলিম্পিক মহাৰণৰ আজি দ্বিতীয় দিন....

paris

 

দ্বিতীয় দিনত বেডমিণ্টন, শ্বুটিং, ৰ’য়িঙত যুঁজত নামিব ভাৰতীয় খেলুৱৈ

টেবুল টেনিছ আৰু ছুইমিঙতো নামিব ভাৰতীয় দল

শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত নামিব মনো ভাকৰ

সোণৰ পদক দখলৰ লক্ষ্য মনো ভাকৰৰ

বক্সিঙত ৰিঙত নামি নিখাট জৰিন

জাৰ্মানীৰ মেক্সি কেৰিনাৰ বিৰুদ্ধে হ’ব জৰিনৰ প্ৰত্যাহ্বান

Category