হঠাৎ বন্ধ হৈ পৰিল আয়ুষ্মান কাৰ্ডৰ সেৱা, সেৱা বন্ধক লৈ ৰোগী আৰু আত্মীয়ৰ মাজত হাহাকাৰ.....

Ayushman Card

হঠাৎ বন্ধ হৈ পৰিল আয়ুষ্মান কাৰ্ডৰ একাধিক সেৱা
সেৱা বন্ধক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়া
বঙাইগাঁৱত ৰোগী আৰু আত্মীয়ৰ মাজত হাহাকাৰ
ল’ৱাৰ আছাম হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰত বন্ধ সেৱা
ধন আনাদায় হৈ থকাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই বন্ধ কৰিলে সেৱা
চৰকাৰৰ পৰা কৰ্তৃপক্ষই পাবলৈ আছে ২ কোটিৰো অধিক ধন
অধিকাংশ ৰোগৰ চিকিৎসা নাপাব বুলি ঘোষণা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ
পূৰ্বে কেইবাটাও জটিল ৰোগৰ বাবে প্ৰদান হৈছিল আৰ্থিক অনুদান
৭০ উৰ্ধৰ সকলো লোকৰ বাবে উপলব্ধ আছিল সেৱা
৫ লাখ টকালৈকে আয়ুষ্মানৰ জৰিয়তে ৰোগীক প্ৰদান কৰা হয় সেৱা

Category