লোকসভাত উপাধ্যক্ষ কোন হ’ব? সৰ্বদলীয় বৈঠকত উপাধ্যক্ষ পদ দাবী বিৰোধীৰ.....

loksabha

লোকসভাত উপাধ্যক্ষ কোন হ’ব?
সৰ্বদলীয় বৈঠকত উপাধ্যক্ষ পদ দাবী বিৰোধীৰ
দেওবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত দাবী বিৰোধীৰ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক
বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে এই বৈঠক
সৰ্বদলীয় বৈঠকত বিহাৰ, অন্ধপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবী
JD(U) আৰু YSRCPৰ নেতাই উত্থাপন কৰে দাবী
অন্ধপ্ৰদেশক বিশেষ ৰাজ্যৰ দাবীৰ প্ৰসংগত মৌন TDP
ওড়িশাৰ বাবেও বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবী BJDৰ
সদনত বিৰোধীক বক্তব্য ৰখাৰ সুযোগ দিয়াৰ দাবী গৌৰৱ গগৈৰ

Category