প্ৰতিবাদৰ অগনিত জ্বলিছে বাংলাদেশ! বৰ্তমান লৈ নিহত ১০৫ জনতকৈও অধিক লোক, আহত ৩ হাজাৰতকৈও অধিক....

bangladesh

প্ৰতিবাদৰ অগনিত জ্বলিছে বাংলাদেশ
চৰকাৰী চাকৰিত আৰক্ষণৰ বিৰোধিতাৰে উগ্ৰ প্ৰতিবাদ 
প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে চৰকাৰী TV চেনেল BTVৰ কাৰ্যালয়
উগ্ৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে কাৰ্যালয়ৰ ৬০খন বাহন
প্ৰতিবাদকাৰী ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজতো হিংসাত্মক আক্ৰমণ
নিহত প্ৰতিবাদকাৰীৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি
প্ৰতিবাদত আহত ৩ হাজাৰতকৈও অধিক লোকৰ
বাংলাদেশৰ ঘটনাক লৈ সতৰ্কতা জাৰি ভাৰতীয় দুতাবাসৰ
চৰকাৰী চাকৰিৰ ৫৬% আসন সংৰক্ষণৰ বাবে জ্বলিছে বাংলাদেশ
সুকলমে বাংলাদেশৰ পৰা উভতিল ৩০০ ভাৰতীয় ছাত্ৰ

Category