উপ নিৰ্বাচনক লৈ তৎপৰ প্ৰদেশ কংগ্ৰেছ! ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ জীতেন্দ্ৰ সিং......

Jitendra Singh

উপ নিৰ্বাচনক লৈ তৎপৰ প্ৰদেশ কংগ্ৰেছ
অসমত AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং
৩ দিনীয়া ভ্ৰমণসূচীৰে উপস্থিত অসমৰ তত্বাৱধায়কগৰাকী
বৰঝাৰৰ পৰা পোনে পোনে পৰিদৰ্শন বানাক্ৰান্ত অঞ্চল
চন্দ্ৰপুৰ-মায়ঙত বান পৰিস্থিতিৰ বুজ ল’লে জিতেন্দ্ৰ সিঙে
দলীয় নেতৃত্বৰেও বৈঠকত মিলিত হ’ব কংগ্ৰেছ নেতাগৰাকী
১৭ জুলাইলৈকে পৃথকে পৃথকে হ’ব কেইবাখনো বৈঠক
উপ নিৰ্বাচন হ’বলগীয়া ৫ সমষ্টিৰ কৰ্মীৰেও হ’ব আলোচনা
বিয়লি ৰাজীৱ ভৱনত সাংসদ গৌৰৱ গগৈক জনাব সম্বৰ্ধনা

Category