জগন্নাথ ৰথযাত্ৰাৰ আজি দ্বিতীয়টো দিন....

PURI

 

ওড়িশাৰ পুৰীত অগণন ভক্তৰ সমাগম

শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ পুৰীধাম

ফুলেৰে সুসজ্জিত ৰথেৰে যাত্ৰা আৰম্ভ

ভগৱান শ্ৰীকৃষ্ণ, বলোৰাম, সুভদ্ৰাৰ ৰথত উঠি যাত্ৰা

দেওবাৰে মাত্ৰ ৫ মিটাৰহে আগুৱাই গৈছিল ৰথ

পৃথিৱী বিখ্যাত এই ৰথযাত্ৰাত আজিও লাখ লাখ ভক্ত

ৰথ যাত্ৰাৰ সাক্ষী হৈ ৰ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

Category