গুৱাহাটী বিশ্ববিদ্যালয়ত মাৰ্কশ্বীট কেলেংকাৰিৰ ভয়ংকৰ তথ্য পোহৰলৈ...

guwahati

গুৱাহাটী বিশ্ববিদ্যালয়ত নম্বৰৰ ৰমৰমীয়া বজাৰ

GUৰ মাৰ্কশ্বীট কেলেংকাৰিৰ ভয়ংকৰ তথ্য পোহৰলৈ

মুখ্যমন্ত্ৰীয়ে উদঙালে নম্বৰ বৃদ্ধিৰ কেলেংকাৰি

১০-২০ হাজাৰ টকা দিলেই মাৰ্কশ্বীটত বাঢ়ে নম্বৰ

বৰপেটাৰোডৰ GLC মহাবিদ্যালয়ৰ শিক্ষকে আনিছিল অভিযোগ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ CID, বৰপেটা আৰক্ষী

মাৰ্কশ্বীট কেলেংকাৰিৰে জড়িত ৮জনক গ্ৰেপ্তাৰ

বৰপেটাৰ ইছমাইল হুছেইন, আলমগীৰ খান, মইনুল হক,

গ্ৰেপ্তাৰ বৰপেটাৰ আবুল বাছেৰ, আমিনুল ইছলাম

গ্ৰেপ্তাৰ নগাঁৱৰ হামেজ উদ্দিন, ধুবুৰীৰ শিৱতোষ মাহাতো

NAACৰ পৰ্যবেক্ষণৰ সময়তে ফাদিল হৈছিল এই কেলেংকাৰি

বিশ্ববিদ্যালয়ৰ একাংশ কৰ্মচাৰীৰো ভূমিকা সন্দেহজনক

Category