Guwahati University

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্রনি প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৬৭ চনতেই প্রতিষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন "সতীর্থ সন্মিলন" অহা ১৯ মার্চ, ২০২৩ তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা