গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ দায়িত্ব কেবিনেট মন্ত্ৰীক! কোন কোন মন্ত্ৰীয়ে ক'ত ক'ত পতাকা উত্তোলন কৰিব?............

Republic Day

গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ দায়িত্ব কেবিনেট মন্ত্ৰীক
ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই
তেজপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী ইউ জি ব্ৰহ্মই
ধুবুৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
শিলচৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই
তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে
বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী অশোক সিংহলে
ধেমাজিত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে
শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী সঞ্জয় কিষাণে
মঙলদৈত পতাকা উত্তোলন কৰিব মন্ত্ৰী অজন্তা নেওগে
মৰিগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই
মাজুলীত পতাকা উত্তোলন কৰিব মন্ত্ৰী বিমল বৰাই
গোলাঘাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
গোৱালপাৰাত পতাকা উত্তোলন কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই

Category
Profile picture for user UB Photos