ঘোষণা হ’ল T-20 ক্ৰিকেট বিশ্বকাপৰ সূচী, ১ জানুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজ, আমেৰিকাৰ বিশ্বকাপৰ মেচ.............

World Cup

ঘোষণা হ’ল T-20 ক্ৰিকেট বিশ্বকাপৰ সূচী
১ জানুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজ, আমেৰিকাৰ বিশ্বকাপৰ মেচ
উদ্বোধনী মেচত মুখামুখি হ’ব কানাডা-আমেৰিকা
আয়াৰলেণ্ডৰ বিৰুদ্ধে ৫ জুনত ভাৰতৰ প্ৰথম মেচ
৯ জুনত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত
১২জুনত ইউনাইটেড ষ্টেট, ১৫ জুনত কানাডাৰ বিৰুদ্ধে খেলিব ভাৰতে
আফগানিস্তানৰ বিৰুদ্ধে আজি ঘোষণা হ’ব টীম ইণ্ডিয়াৰ খেলুৱৈৰ নাম
ৰোহিত-বিৰাটৰ অন্তৰ্ভুক্তিক লৈ উৎকণ্ঠিত দেশবাসী

Category
Profile picture for user UB Photos