গুৱাহাটীত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ ৩ কেডাৰ...........

ulfa

🔴 গুৱাহাটীত কূটাঘাতৰ লক্ষ্যৰে আলফা(স্বাঃ)ৰ বাহৰ

🔴 গুৱাহাটীত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ ৩ কেডাৰ

🔴 মূল কেডাৰ ৰূপজ্যোতি দাসক লখৰাৰ পৰা গ্ৰেপ্তাৰ

🔴 ফোনৰ লোকেচন ট্ৰেচ কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

🔴 গুৱাহাটীত ২ বছৰ ধৰি বাহৰ পাতি আছিল ৰূপজ্যোতিয়ে

🔴 পূৰ্বে তিনিচুকীয়াৰ বোমা বিস্ফোৰণত জড়িত থকাৰ তথ্য

🔴 বাকী দুজনক নিশা পাণ্ডুৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ

🔴 আলফাৰ লিংকমেনৰ গোচৰত পূৰ্বে কাৰাবাস খাটিছিল অসীম অধিকাৰীয়ে

🔴 নতুন সদস্য ভৰ্তি অভিযানৰ নেতৃত্ব লৈছিল অসীমে

🔴 নিজকে কম্পিউটাৰ অপাৰেটৰ হিচাপে চিনাকি দিছিল অসীমে

🔴 মহানগৰীৰ বহু যুৱকক আলফা (স্বাঃ)ৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা

🔴 গ্ৰেপ্তাৰ হোৱা মুন দেৱনাথ পেছাত এজন পাচলিৰ ব্যৱসায়

🔴 মুন দেৱনাথৰ ঘৰৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিষ্টলটো

Category
Profile picture for user UB Photos