গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়া দলৰ খেলুৱৈ, বৰঝাৰ বিমানবন্দৰত ACAৰ উষ্ম আদৰণি.........

Cricket

গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়া দলৰ খেলুৱৈ
বৰঝাৰ বিমানবন্দৰত ACAৰ উষ্ম আদৰণি
হোটেল ৰেডিচন ব্লুত বাহৰ পাতিব ভাৰতীয় খেলুৱৈয়ে
হোটেল ভিভাণ্টাত থাকিব অষ্ট্ৰেলিয়া দলৰ খেলুৱৈ
কাইলৈ ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন T-20 
শৃংখলাৰ নিৰ্ণায়ক মেচত নামিব বিশ্বৰ দুই শ্ৰেষ্ঠ দল
বৰ্ষাপাৰা ষ্টেডিয়ামত হাইভল্টেজ মেচ
৫খনীয়া শৃংখলাত ২-০ৰ অগ্ৰগতি ভাৰতৰ
দৰ্শকৰ বাবে ৪ বজাত খুলি দিয়া হ’ব প্ৰৱেশদ্বাৰ
দৰ্শকৰ প্ৰৱেশৰ বাবে খোলা থাকিব ৫খন গেট
খেল আৰম্ভ হোৱাৰ ৩ ঘণ্টা পূৰ্বে খুলি দিয়া হ’ব গেট
কাইলৈ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব খেল
মানিবেগ আৰু ম’বাইলৰ বাদে নিষিদ্ধ সকলো সামগ্ৰী
 

Category
Profile picture for user UB Photos