
দীপাৱলীৰ সময়তেই অনুৰাগীলৈ চলমান খানৰ উপহাৰ। বহু অপেক্ষাৰ অন্তত অৱশেষত ছবিগৃহত মুক্তি লাভ কৰিলে চলমান খান আৰু কেটৰিনা কাইফ অভিনিত ছবি ‘Tiger 3-এ।
মুক্তিৰ পূৰ্বেই ছবিখনে উপাৰ্জন কৰিছিল ২৩ কোটি টকা। মুক্তিৰ প্ৰথম দিনটোতেই বক্স অফিছত ১০০ কোটিৰো সীমা অতিক্ৰম কৰিছে Tiger-3য়ে। হিন্দী ভাষাত ছবিখনৰ উপাৰ্জন ৪৩ কোটি টকা।
Category
- Log in to post comments