গুৱাহাটীলৈ আহি বিপদত ৰাছিয়ান যুৱক, প্ৰৱঞ্চকৰ জালত ৰাছিয়াৰ আলেকজেণ্ডাৰ......

ghy

গুৱাহাটীলৈ আহি বিপদত ৰাছিয়ান যুৱক
প্ৰৱঞ্চকৰ জালত ৰাছিয়াৰ আলেকজেণ্ডাৰ
আলেকজেণ্ডাৰৰ পৰা প্ৰৱঞ্চনাৰে সৰকালে ধন
প্ৰৱঞ্চনাৰে সৰকালে ১১ হাজাৰ ৭ টকা 
ডিব্ৰুগড়ৰ আশীষ শৰ্মা নামৰ এজনৰ বিৰুদ্ধে অভিযোগ
কলকাতা ৰে’লৱে ষ্টেচনত চিনাকি হৈছিল দুয়ো
কলকাতালৈ বিশ্বকাপ ক্ৰিকেটক যাবলৈ যাওতে হৈছিল চিনাকি
ISKON মন্দিৰ দৰ্শনৰ বাবে আহিছিল যুৱকজন 
আলেকজেণ্ডাৰৰ মাতৃৰ বেংক একাউণ্টৰ পৰা পঠিয়াইছিল ধন
গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ম্যাদ উকলিছিল ভিচাৰ
আলেকজেণ্ডাৰ থকাৰ বাবে ভাড়াঘৰ বিচাৰিছিল আশীষে
দিছপুৰৰ ল'জত দুটা নিশা কটাইছিল দুয়োজনে
টকা বিচাৰিলেই হাৰাশাস্তি কৰাৰ অভিযোগ আশীষৰ বিৰুদ্ধে
সোমবাৰে দিছপুৰ থানাত আশীষৰ বিৰুদ্ধে গোচৰ ৰুজু 
 ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ দিছপুৰ আৰক্ষীৰ
 

Category
Profile picture for user UB Photos