প্ৰসংগঃ APSC ২০১৪ৰ কেলেংকাৰিৰ ন্যায়িক তদন্ত....

apsc

প্ৰসংগঃ APSC ২০১৪ৰ কেলেংকাৰিৰ ন্যায়িক তদন্ত
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই সম্পূৰ্ণ কৰিলে তদন্ত
প্ৰতিবেদন সাজু কৰি চৰকাৰলৈ পত্ৰ আয়োগৰ 
এই পৰ্যন্ত চৰকাৰে আয়োগক দিয়া নাই কোনো উত্তৰ
পূজাৰ পাছত আয়োগে প্ৰতিবেদন গ্ৰহণ কৰাৰ সম্ভাৱনা
১২ অক্টোবৰতেই তদন্ত সম্পূৰ্ণ কৰি আয়োগে পত্ৰ দিছে চৰকাৰলৈ 
২০১৩ বৰ্ষৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ চৰকাৰ নিজে আহিছিল আয়োগলৈ 
২০১৩ৰ প্ৰতিবেদনৰ ওপৰত এই পৰ্যন্ত চৰকাৰে লোৱা নাই কোনো ব‌্যৱস্থা
 

Category
Profile picture for user UB Photos