প্ৰসংগঃ বন্দনা কলিতাৰ নুনমাটি হত্যাকাণ্ড। জে’লৰ পৰা ওলাল ডাবল মাৰ্ডাৰৰ অন্যতম অভিযুক্ত অৰূপ ডেকা। বন্দনা কলিতাৰ সৈতে মিলি শংকৰী দে’, অমৰজ্যোতি দে’ক হত্যা কৰিছিল অৰূপ কলিতাই। জামিন বিচাৰি আদালতত আবেদন কৰিছিল অৰূপ-ধনটিৰ অধিবক্তাই।
আনহাতে, শীঘ্ৰে জামিন লাভৰ সম্ভাৱনা আনজন অভিযুক্ত ধনটি ডেকাৰো।গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অৰূপ ডেকাৰ।
Category
- Log in to post comments