আন এক সু খবৰ। এইবাৰ মহাকাশলৈ যাব ৰবট ভূমিত্ৰা।

1

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছতে দেশবাসীলৈ আন এক সু খবৰ। এইবাৰ মহাকাশলৈ যাব ৰবট ভূমিত্ৰা। ভূমিত্ৰাক প্ৰেৰণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ISROই। 

2

ভূমিত্ৰা হৈছে এটা মহিলা ৰবট। অহা অক্টোবৰ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত ভাৰতে মহাকাশলৈ ভূমিত্ৰা নামৰ এটা মহিলা বৰটক মহাকাশলৈ প্ৰেৰণ কৰিব। প্ৰথমে এই মহিলা ৰবটটোক প্ৰেৰণ কৰাৰ পিচতহে ভাৰতে মহাকাশলৈ মানৱ মহাকাশচাৰী প্ৰেৰণ কৰিব। ২০২৪ বা ২০২৫ত ভাৰতে এই অভিযান চলাব। 

 

Category
Profile picture for user UB Photos