Alexey Navalny

পুটিনৰ সমালোচক এলেক্সই ন’ভলানীৰ মৃত্যু
ন’ভলানীৰ মৃত্যুত বিশ্বজুৰি প্ৰতিক্ৰিয়া
ৰাছিয়াৰ শাসক পুটিনৰ সমালোচক আছিল এলেক্সই
ৰাছিয়াৰ মুখ্য বিৰোধী নেতা আছিল ন’ভলানী
ছাইবেৰিয়াৰ অতি শীতাৰ্ত কাৰাগাৰত আছিল ন’ভলানী
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৮ বছৰ

২০০০ চনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছিল ন’ভলানীয়ে। অভিযোগ অনুসৰি ৰাছিয়াৰ প্ৰশাসক ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছিল বিৰোধী নেতা ন’ভলানীয়ে।